सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু খুন্দি গুৰি কৰা কার্য
उदाहरणे : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল
अर्थ : কোনো বস্তুক পিহি গুড়ি কৰা
उदाहरणे : তেওঁ ঘেঁহু পিচি আছে
समानार्थी : পিহা
अर्थ : কুটা বা পিচি গুৰি কৰা কাৰ্য
उदाहरणे : মছলা পিচা হʼল
समानार्थी : গুৰি কৰা, বটা
अर्थ : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা
उदाहरणे : তেওঁ শিলত মছলা পিচিছে
समानार्थी : বটা
स्थापित करा