अर्थ : বাৰে বাৰে থু পেলোৱা
उदाहरणे :
চাদা খাই তেওঁ থু থু কৰি আছে
समानार्थी : থু থু কৰা, থু পেলাই থকা, থুওৱা
अर्थ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
उदाहरणे :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
समानार्थी : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া