सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
उदाहरणे : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
समानार्थी : কাষৰি
अर्थ : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
उदाहरणे : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
अर्थ : দাঁতৰ শাৰী
उदाहरणे : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
समानार्थी : দাঁতৰ পাৰি
स्थापित करा