पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাৰ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাৰ কৰা   ক্ৰিয়া

अर्थ : পাৰত লগোৱা

उदाहरणे : নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে

अर्थ : নি্র্বাহ কৰা বা অতিবাহিত কৰা

उदाहरणे : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

समानार्थी : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা

अर्थ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা

उदाहरणे : ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে

समानार्थी : আগবঢ়োৱা

अर्थ : পাৰ হোৱা বা ব্যতিত হোৱা

उदाहरणे : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

समानार्थी : অতিবাহিত কৰা, কটোৱা

चौपाल