पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাৰ   বিশেষ্য

अर्थ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল

उदाहरणे :

समानार्थी : পাৰ চৰাই

अर्थ : সন্মুখত থকা অন্য ফাল

उदाहरणे : আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত

अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

उदाहरणे :

समानार्थी : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, বলুকা, সৈকত

अर्थ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা

उदाहरणे : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে

समानार्थी : তীৰ

अर्थ : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল

उदाहरणे :

समानार्थी : ঘাট, পাৰ-ঘাট, পাৰা

अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

उदाहरणे : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

समानार्थी : কাষ, কিনাৰ, দাঁতি

अर्थ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য

उदाहरणे : ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে

चौपाल