पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাষণ্ড शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাষণ্ড   বিশেষ্য

अर्थ : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ

उदाहरणे : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে

अर्थ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ

उदाहरणे : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে

समानार्थी : কপটাচাৰী, ভণ্ড

পাষণ্ড   বিশেষণ

अर्थ : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক

उदाहरणे : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে

चौपाल