सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
उदाहरणे : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
समानार्थी : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি
अर्थ : এক প্রকাৰৰ শাক
उदाहरणे : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে
समानार्थी : পালেং শাক
अर्थ : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
उदाहरणे : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
समानार्थी : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি
स्थापित करा