सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটা প্রাচীন ভাৰতীয় ভাষা
उदाहरणे : বৌদ্ধসকলৰ ধর্মগ্রন্থখন ্পালিত লিখা
समानार्थी : পালি ভাষা
अर्थ : এবাৰত খোৱা ঔষধৰ এক জোখ
उदाहरणे : দুপালি ঔষধ খোৱা স্বত্বেও জ্বৰ কমা নাই
समानार्थी : ডʼজ, ডোজ, মাত্রা
अर्थ : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
उदाहरणे : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
समानार्थी : উপসহায়ক, সহযোগী, সহায়ক
स्थापित करा