सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আহাৰ, বস্ত্র আদি দি জীৱন ৰক্ষা কৰা কার্য
उदाहरणे : কৃষ্ণৰ লালন-পালন যশোদাই কৰিছিল
समानार्थी : প্রতিপালন, ভৰণ-পোষণ, লালন-পালন
अर्थ : কোনো আজ্ঞা, নির্দেশ, বচন, কর্তব্য আদিৰ অনুসৰি কাম কৰা কার্য
उदाहरणे : ৰাজ্যত ৰজাৰ আজ্ঞাৰ পালন হওক
स्थापित करा