पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাল   বিশেষ্য

अर्थ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

उदाहरणे : এতিয়া ৰামৰ পাল

समानार्थी : নম্বৰ, বাৰ

अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

उदाहरणे : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

समानार्थी : জাক, সমুদায়, সমূহ

अर्थ : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ

उदाहरणे : শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

समानार्थी : গণ, গোট, জাক, জুম, দʼম, দল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ

उदाहरणे : হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল

समानार्थी : নাৱৰ পাল

अर्थ : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে

उदाहरणे : ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল

चौपाल