पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পার্টী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পার্টী   বিশেষ্য

अर्थ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল

उदाहरणे : ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে

समानार्थी : ৰাজনৈতিক দল

अर्थ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

उदाहरणे : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

समानार्थी : দল, পক্ষ

अर्थ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

उदाहरणे : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

समानार्थी : পক্ষ

अर्थ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरणे : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

समानार्थी : দল, মণ্ডলী, সংঘ, সঙ্ঘ

अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

उदाहरणे : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

समानार्थी : দল

चौपाल