पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাপাত্মা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাপাত্মা   বিশেষ্য

अर्थ : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

उदाहरणे : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

समानार्थी : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী

পাপাত্মা   বিশেষণ

अर्थ : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ

उदाहरणे : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল

समानार्थी : দুষ্টমতি, দুৰাত্মা

अर्थ : যি পাপ কৰে বা পাপ কৰোতা

उदाहरणे : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

समानार्थी : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী

चौपाल