अर्थ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
उदाहरणे :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
समानार्थी : পনীয়া
अर्थ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
उदाहरणे :
এই তৰোৱালখনৰ পানী চাবলগীয়া
समानार्थी : ধাৰ
अर्थ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
उदाहरणे :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে