अर्थ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
उदाहरणे :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
समानार्थी : চৰিত্র
अर्थ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
उदाहरणे :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
समानार्थी : যোগ্য ব্যক্তি