सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পাতল হোৱা অৱস্থা বা ভাব
उदाहरणे : চিফনৰ কাপোৰ মিহি হয়
समानार्थी : মিহি
अर्थ : যʼত পানীৰ পৰিমাণ বেছি আছে
उदाहरणे : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
समानार्थी : পাতলা
अर्थ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
उदाहरणे : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
समानार्थी : সহজ
अर्थ : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
उदाहरणे : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
समानार्थी : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
अर्थ : যাৰ স্থূলতা বা ব্যাস কম
उदाहरणे : এই কাপোৰখন বৰ পাতল
स्थापित करा