पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাত   বিশেষ্য

अर्थ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু

उदाहरणे : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে

समानार्थी : পাট্টা

अर्थ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

उदाहरणे : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

समानार्थी : দল, পত্র, পর্ণ

अर्थ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়

उदाहरणे : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে

समानार्थी : পৃষ্ঠা

अर्थ : কাগজৰ সমান পাতল ধাতুৰ পাত

उदाहरणे : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

समानार्थी : পত্র

चौपाल