सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়
उदाहरणे : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়
समानार्थी : বিদ্যালয়, স্কুল
अर्थ : যি ঠাইত বিদ্যা প্রদান কৰা হয়
उदाहरणे : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে
समानार्थी : পঢ়াশালি, বিদ্যাপীঠ, বিদ্যালয়, স্কুল
स्थापित करा