सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰজাৰ প্রধান পত্নী
उदाहरणे : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
समानार्थी : মহাৰাণী, ৰাজমহিষী
अर्थ : ৰজাৰ পত্নী
उदाहरणे : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
समानार्थी : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
अर्थ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
उदाहरणे :
समानार्थी : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
स्थापित करा