पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাগল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাগল   বিশেষ্য

अर्थ : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

उदाहरणे :

समानार्थी : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

अर्थ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

उदाहरणे : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

समानार्थी : পাগল ব্যক্তি

পাগল   বিশেষণ

अर्थ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

उदाहरणे : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

अर्थ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

उदाहरणे : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

समानार्थी : বাউল

अर्थ : মগজুৰ বিকৃতি ঘটা

उदाहरणे : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

समानार्थी : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল

चौपाल