अर्थ : পাকিস্তানৰ অধিবাসী
उदाहरणे :
ভাৰত-পাক সীমান্তত পাকিস্তানী অনুপ্রৱেশকাৰী বন্দী কৰা হʼল
समानार्थी : পাকিস্তান বাসী, পাকিস্তান-বাসী, পাকিস্তানবাসী
अर्थ : পাকিস্তানৰ সম্বনীয় বা পাকিস্তানৰ
उदाहरणे :
কিছুমান লোকে পাকিস্তানী ৰাজনীতিৰ বিষয়ে বহুত চিন্তা-চর্চা কৰে