पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পলিচ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পলিচ   বিশেষ্য

अर्थ : পোলেণ্ড দেশৰ অধিবাসী

उदाहरणे : সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল

समानार्थी : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী

अर्थ : পোলেণ্ডৰ লোকৰ ভাষা

उदाहरणे : তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে

समानार्थी : পলিচ ভাষা, পলিচ-ভাষা

अर्थ : কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ

उदाहरणे : তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে

समानार्थी : পʼলিচ, পালিচ

পলিচ   বিশেষণ

अर्थ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ

उदाहरणे : এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে

चौपाल