सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পলাই যোৱা লোক
उदाहरणे : পুলিচে পলাতকক বিচাৰি ফুৰিছে
समानार्थी : পলাতক, পলৰীয়া
अर्थ : পলাই যোৱা
उदाहरणे : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে
समानार्थी : পলাতক, পলায়িত, পলৰীয়া, ফেৰাৰ
अर्थ : পলায়ন কৰোতা
उदाहरणे : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে
समानार्थी : পলাতক, পলায়নশীল, পলায়িত, পলৰীয়া
स्थापित करा