पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পলাই যোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পলাই যোৱা   ক্ৰিয়া

अर्थ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা

उदाहरणे : কয়দীজন জেলৰ পৰা পলাই গʼল

समानार्थी : পলায়ন কৰা, পলোৱা

अर्थ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য

उदाहरणे : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল

समानार्थी : পলাল, ভাগি যোৱা

अर्थ : মনে মনে গুচি যোৱা

उदाहरणे : সি মোৰ টকা-পইচা লৈ পলাই গʼল

समानार्थी : উধাও হোৱা

चौपाल