सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
उदाहरणे : এই কামটোৰ তদাৰক ৰামে কৰিছে
समानार्थी : চোৱা-চিতা, তদাৰক, নিৰীক্ষণ
अर्थ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
उदाहरणे : তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
समानार्थी : নিৰীক্ষণ
स्थापित करा