पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পর্ব शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পর্ব   বিশেষ্য

अर्थ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

उदाहरणे : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

समानार्थी : অধ্যায়, খণ্ড

अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

उदाहरणे : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

समानार्थी : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

अर्थ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

उदाहरणे : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

समानार्थी : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

अर्थ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

उदाहरणे : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

समानार्थी : বর্ষাঙ্ক

चौपाल