सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
उदाहरणे : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
समानार्थी : বস্তু, মাল, মাল-বস্তু, সামগ্রী
अर्थ : যিটোৰ কোনো আকাৰ বা ৰূপ আছে আৰু যিটো কোনো খণ্ড, শৰীৰ আদিৰ ৰূপত থাকে
उदाहरणे : গাখীৰ এবিধ পেয় পদার্থ
समानार्थी : দ্রব্য, বস্তু
स्थापित करा