सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
उदाहरणे : সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
समानार्थी : পদাতিক
अर्थ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
उदाहरणे : প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
समानार्थी : পদাতি, পদাতিক
स्थापित करा