अर्थ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
उदाहरणे :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
समानार्थी : পদাতিক সেনা
अर्थ : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
उदाहरणे :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
अर्थ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
उदाहरणे :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
समानार्थी : পদাতি, পদাতিক সেনা