सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
उदाहरणे : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
समानार्थी : স্থান
अर्थ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
उदाहरणे : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
समानार्थी : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
अर्थ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
उदाहरणे : কবিতা ৰচনা কৰা লোকক কবি বোলে
समानार्थी : কবিতা, কাব্য, পদ্য
अर्थ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
उदाहरणे : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
अर्थ : গোৱা কার্য ্বা ভাব
उदाहरणे : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
समानार्थी : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
अर्थ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
उदाहरणे : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
समानार्थी : চৰণ, পাদ, পাৱ, ভৰি
स्थापित करा