अर्थ : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে
उदाहरणे :
তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়
समानार्थी : আলোচনী
अर्थ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
उदाहरणे :
তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
समानार्थी : পত্র