सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
उदाहरणे : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
समानार्थी : খত, চিঠি, চিঠি-পত্র, পত্রিকা
अर्थ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
उदाहरणे : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
समानार्थी : দল, পর্ণ, পাত
अर्थ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
उदाहरणे : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
समानार्थी : পত্রিকা
अर्थ : কাগজৰ সমান পাতল ধাতুৰ পাত
उदाहरणे : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
समानार्थी : পাত
स्थापित करा