अर्थ : ধন লৈ সম্ভোগ কৰোৱা নাৰী
उदाहरणे :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
समानार्थी : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী
अर्थ : বেয়া চৰিত্রৰ তিৰোতা
उदाहरणे :
পতিতা স্ত্রীয়ে সমাজত কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে
समानार्थी : অসতী, দুশ্চৰিত্রা
अर्थ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে
उदाहरणे :
ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়
समानार्थी : চৰিত্রহীনা, নষ্টা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী