सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
उदाहरणे : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
समानार्थी : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
अर्थ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
उदाहरणे : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
समानार्थी : চকুৰ পতা, নেত্রপল্লৱ
अर्थ : অনুকূল হোৱা
उदाहरणे : আৰে ! সেই ছোৱালীজনী পতি গʼল
स्थापित करा