पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পঢ়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পঢ়া   বিশেষ্য

अर्थ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

उदाहरणे : ৰামে বেদ পাঠ কৰি আছে

समानार्थी : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

अर्थ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

उदाहरणे : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

अर्थ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

उदाहरणे : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

अर्थ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

उदाहरणे : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

अर्थ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

उदाहरणे : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

समानार्थी : অধ্যয়ন কৰা

अर्थ : শিক্ষা গ্রহণ কৰা

उदाहरणे : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

समानार्थी : পঢ়াশুনা কৰা

चौपाल