अर्थ : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
उदाहरणे :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
समानार्थी : প্ৰেৰণ
अर्थ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
उदाहरणे :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
समानार्थी : পঠোৱা, ৰাওনা হোৱা