सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
उदाहरणे : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
समानार्थी : ধৰণি, পটী, পট্টি, পট্টী, বন্ধনী, বেণ্ডেজ, বেন্দেজ
अर्थ : শিৰৰ সেওঁতাৰ দুয়োফালৰ চুলিক ফণীৰে আঁচুৰি পৰিপাটীকৈ সজোৱা একধৰণৰ কেশসজ্জা
उदाहरणे : শীলাই নিজৰ চুলিখিনিক পটিৰ ৰূপ দি আছে
स्थापित करा