सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
उदाहरणे : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
समानार्थी : নামাংকন, নামাঙ্কন, পঞ্জীয়ন
अर्थ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
उदाहरणे : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
समानार्थी : পঞ্জীয়ন, ৰেজিষ্টাৰ
स्थापित करा