सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
उदाहरणे : শচীনক মই পচন্দ কৰোঁ
समानार्थी : পচন্দ
अर्थ : মনৰ ভাল লগা ভাব
उदाहरणे : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
समानार्थी : অভিৰুচি, ইচ্ছা, ৰুচি
अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
उदाहरणे : এইখন মোৰ অতি প্রিয় গ্রন্থ
समानार्थी : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
स्थापित करा