पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পক্ষ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পক্ষ   বিশেষ্য

अर्थ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

उदाहरणे : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

अर्थ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

उदाहरणे : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

समानार्थी : ডানা, ডেউকা, ডৌকা, পখা, পাখি

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरणे : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

समानार्थी : অংশ, দিশ, বিভাগ

अर्थ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

उदाहरणे : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

समानार्थी : দল, পার্টী

अर्थ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

उदाहरणे : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

समानार्थी : পার্টী

अर्थ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

उदाहरणे : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

अर्थ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

उदाहरणे : আপুনি কোনটো পক্ষত আছে ?

चौपाल