अर्थ : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
उदाहरणे :
ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
अर्थ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
उदाहरणे :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
समानार्थी : উৱলা