पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ন্যায়াধীশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ন্যায়াধীশ   বিশেষ্য

अर्थ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে

उदाहरणे : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল

समानार्थी : দণ্ডাধীশ, মেজিষ্ট্রেট

अर्थ : আদালতৰ সোধ লোৱা বিচাৰক যিয়ে কোনো গোচৰৰ ৰায় প্রদান কৰে

उदाहरणे : বিশ্বাসী আৰু সৎ ব্যক্তিহে এজন ভাল ন্যায়াধীশ হʼব পাৰে

समानार्थी : জজ, হাকিম

चौपाल