पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ন্যায় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ন্যায়   বিশেষ্য

अर्थ : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ

उदाहरणे : আধুনিক যুগত ন্যায়ও বিক্রী হয়

समानार्थी : ন্যায়-বিচাৰ

अर्थ : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়

उदाहरणे : পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল

समानार्थी : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র

अर्थ : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়

उदाहरणे : ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে

चौपाल