अर्थ : মনে মনে থকা অৱস্থা বা কার্য
उदाहरणे :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
समानार्थी : নিমাত, নিৰবতা, নীৰবতা, মৌনতা, শ্্ব্দ নকৰা-
अर्थ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
उदाहरणे :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
समानार्थी : নিস্তব্ধতা, নিৰবতা, শান্তি, শ্্ব্দহীনতা