सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত কোনো সোৱাদ নাই
उदाहरणे : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
समानार्थी : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरणे : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
समानार्थी : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
स्थापित करा