पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নীচ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নীচ   বিশেষণ

अर्थ : ভালৰ ওলোটা বা বিপৰীত

उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

समानार्थी : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, বদ, বেয়া, মন্দ

अर्थ : যি পাপ কৰে বা পাপ কৰোতা

उदाहरणे : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

समानार्थी : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

अर्थ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

उदाहरणे : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

समानार्थी : অধম, ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীহ, হীন

अर्थ : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ

उदाहरणे : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে

समानार्थी : নিম্ন

चौपाल