पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নিৰূপণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নিৰূপণ   বিশেষ্য

अर्थ : কাৰোবাৰ আগত কোনো বিচাৰ বা মন্তব্য ভালদৰে উপস্থাপন কৰা কার্য ্বা ভাব

उदाहरणे : এই কবিতাত কবিয়ে মাতৃত্ব ভাবৰ নিৰূপণ সুন্দৰভাৱে কৰিছে

समानार्थी : ৰূপায়ণ

अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

उदाहरणे : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

समानार्थी : উপস্থাপন, প্রতিপাদন, প্রমাণ কৰা

अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

उदाहरणे : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

समानार्थी : পৰখ, পৰীক্ষণ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা

चौपाल