सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
उदाहरणे : নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
समानार्थी : অনুৎসাহ, উদ্যমহীনতা, উৎসাহহীনতা
अर्थ : যি উদ্যমী নহয়
उदाहरणे : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
समानार्थी : উদ্যমহীন, নিৰুদ্যমী, ভগ্নোদ্যম, হতোদ্যম
स्थापित करा