सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিয়ে যত্ন নকৰে
उदाहरणे : অপ্রয়াসী লোক কেতিয়াও সফল নহয়
समानार्थी : অচেষ্টশীল, অনুদ্যমী, অপ্রযত্নশীল, অপ্রয়াসশীল, অপ্রয়াসী, নিঃচেষ্টশীল, পৰাঙ্মুখ
अर्थ : যি উদ্যমী নহয়
उदाहरणे : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
समानार्थी : উদ্যমহীন, নিৰুৎসাহ, ভগ্নোদ্যম, হতোদ্যম
स्थापित करा