अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
उदाहरणे :
এই কামটোৰ তদাৰক ৰামে কৰিছে
समानार्थी : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
अर्थ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
उदाहरणे :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
समानार्थी : পর্যবেক্ষণ