सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
उदाहरणे : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
समानार्थी : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
अर्थ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
उदाहरणे : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
समानार्थी : কায়দা, বাদ, সিদ্ধান্ত
अर्थ : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
उदाहरणे : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
अर्थ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
उदाहरणे : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
समानार्थी : দফা, ধাৰা
स्थापित करा